0^1 ৰাজাৱলিদায়ুদৰ আয়ুসৰ শেষ দিন। চলোমনক ৰাজপদত নিযুক্ত কৰা!দায়ুদৰ শেষ আজ্ঞা আৰু মৃ্ত্যু। চলোমনে নিজৰ ৰাজ্য দৃঢ় কৰা।চলোমনৰ বিবাহ। গিবিয়োনত ঈশ্বৰে তেওঁক দৰ্শন দিয়া। তেওঁ এক বিচাৰ নিস্পত্তি কৰা।চলোমনৰ বিষয়াসকল। তেওঁৰ পৰাক্ৰম আৰু জ্ঞান।মন্দিৰ নিৰ্ম্মাণৰ আয়োজন।মন্দিৰ নিৰ্ম্মাণ কৰা।ৰাজগৃহ আৰু মন্দিৰৰ স্তম্ভ আদি বস্তুবোৰ নিৰ্মাণ কৰা।চলোমনে মন্দিৰ প্ৰতিষ্ঠা কৰা।ঈশ্বৰে চলোমনৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া। চলোমনে বন্দী কামৰ বাবে মানুহ গোটোৱা। নগৰ আদি নিৰ্মাণ কৰা।চলোমনৰ ওচৰলৈ চিবাৰ ৰাণী অহা। চলোমনৰ ধন আৰু ঐশ্বৰ্য্য।চলোমনৰ বহু বিবাহ আৰু দেৱপুজা। তেওঁৰ শত্ৰু। তেওঁৰ মৃত্যু।দহ ফৈদৰ বিদ্ৰোহ। যাৰবিয়ামৰ ৰাজত্ব। বৈৎএলত কৰা দেৱপূজা।যাৰবিয়ামৰ দেবপুজাৰ বিৰুদ্ধে কোৱা ভাৱবাণী।যাৰবিয়ামৰ বিৰুদ্ধে অহীয়াই কোৱা ভাববাণী। যাৰবিয়ামৰ মৃত্যু। ৰহবিয়ামৰ ৰাজত্ব।যিহূদাৰ ওপৰত অবিৰাম আৰু আচাৰ ৰাজত্ব।ইস্ৰায়েলৰ ওপৰত নাদব, বাচা, এলা, জিম্ৰী আৰু অম্ৰীৰ ৰাজত্ব।আহাবৰ ৰাজত্ব। এলিয়াই বিধৱাৰ ল’ৰা এটিক পুনৰায় জীউৱা।এলিয়াই আহাবৰ সাক্ষাত হোৱা আৰু বালৰ ভাববাদীসকলক জয় কৰা।এলিয়া পলাই যোৱা। তেওঁক ঈশ্বৰে দৰ্শন দিয়া। ইলীচাক আমন্ত্ৰণ কৰা।আহাবে দুবাৰ অৰামীয়াসকলক জয় কৰা।আহাবে নাবোতক বধ কৰি তেওঁৰ দ্ৰাক্ষাবাৰী অধিকাৰ কৰা।অৰামীয়াসকলৰ সৈতে আহাব আৰু যিহোচাফটে যুদ্ধ কৰা। আহাবৰ মৃত্যু।যিহোচাফট আৰু অহজিয়াৰ ৰাজত্ত্ব।