Skip to scripture

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

0

^
1 চমূৱেল
চমূৱেলৰ জন্ম আৰু তেওঁক উৎসৰ্গ কৰা। হান্নাৰ গীত
এলীৰ পুতেসকলৰ অসৎ কাৰ্য আৰু তাৰ ফল৷
ভাৱবাদী হ’বলৈ চমূৱেলক আমন্ত্ৰণ কৰা।
নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰা। এলী আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু।
নিয়ম চন্দুক ফিলিষ্টীয়াসকলৰ দেশত থকা।
নিয়ম-চন্দুক ইস্ৰায়েল দেশলৈ উভটাই পঠোৱা।
ইস্ৰায়েলে মন পালটন কৰা; ফিলিষ্টীয়াসকলক পৰাজিত কৰা৷ চমূৱেলৰ বিচাৰ।
ইস্ৰায়েলসকলে ৰজা বিচাৰা।
চমূৱেলে চৌলক ৰাজপদত অভিষেক কৰা।
চমূৱেলে ৰজা হ’বলৈ চৌলক মনোনীত কৰা।
চৌলে অম্মোনীয়াসকলক জয় কৰা। তেওঁক ৰজা পতা।
চমূৱেলৰ বিদায়-বক্তৃতা।
চৌলৰ ৰাজত্ব। তেওঁৰ আজ্ঞা-লঙ্ঘন। যোনাথনৰ বীৰকাৰ্য্য। ফিলিষ্টীয়াসকল পৰাস্ত হোৱা।
চৌলক ৰাজ্যৰ পৰা খেদি দিয়া
চমূৱেলে দায়ুদক অভিষেক কৰা; আৰু দায়ুদ চৌলৰ ৰাজ সভাত সোমোৱা।
দায়ূদে গলিয়াথক বধ কৰা।
দায়ূদৰ লগত যোনাথনৰ বন্ধুত্ব। তেওঁলৈ চৌলৰ ঈৰ্ষা।
দায়ূদৰ লগত চৌলৰ অলপদিনীয়া মিলন। দায়ুদ পলাই যোৱা।
দায়ূদৰ সৈতে চৌলক পুনৰায় মিলাবলৈ যোনাথনে চেষ্টা কৰা।
নোব আৰু গাতলৈ পলাই যোৱা।
দায়ূদে মোৱাব আৰু যিহূদাত বাস কৰা। পুৰোহিত সকলক বধ কৰা।
দায়ূদে কয়ীলাক ৰক্ষা কৰা। তেওঁ জীফ আৰু মায়োন অৰণ্যত থকা। তেওঁ চৌলক দয়া কৰা।
চামূৱেলৰ মৃত্যু। নাবল আৰু অবীগলৰ কথা।
চৌলে পুনৰায় দায়ূদক বিচাৰা। দায়ূদে তেওঁক দয়া কৰা।
দায়ুদ পলেষ্টীয়া দেশৰ চিক্লগত থকা।
দায়ূদে ফিলিষ্টীয়া সৈন্যসামন্তৰ লগ লোৱা। চৌলে এজনী ভূত পোহা তিৰোতাৰ ওচৰলৈ যোৱা।
দায়ূদে ফিলিষ্টীয়া সৈন্যসামন্তৰ ল’গ এৰা। তেওঁ অমালেকীয়া সকলৰ ওপৰত প্ৰতিকাৰ সাধা।
চৌল আৰু তেওঁৰ পুত্ৰসকল মৃত্যু
1 চমূ 0
0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31