0^যিহিষ্কেলযিহিষ্কেলক কাৰ্যত নিযুক্ত কৰাৰ দৰ্শন।ভাববাদীৰ মুখ বন্ধ হোৱা।যিৰূচালেমক অৱৰোধ কৰাৰ বিষয়ে দেখুউৱা কেইটামান চিন।ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।যিহূদীসকলৰ নানাবিধ দেৱপূজাৰ দৰ্শন।যিৰূচালেম-নিবাসীসকলক বধ কৰাৰ দৰ্শন।ঈশ্বৰীয় অগ্নি যিৰূচালেমৰ ওপৰত পৰাৰ দৰ্শন।বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খোজা লোকসকলৰ অহিতে কোৱা ভাববাণী।ৰজা আৰু প্ৰজাক দেশান্তৰলৈ নিয়া বুজাবৰ দৃষ্টান্ত।ইস্ৰায়েলৰ মিছা ভাববাদী আৰু ভাববাদিনীবোৰৰ বিৰুদ্ধে কোৱা ভাববাণী।যিহোৱাক সোধা দেৱপূজকসকলৰ বিষয়।দ্ৰাক্ষালতাৰ কাঠৰ উপমা।যিৰূচালেমক অসতী স্ত্রীৰ লগত তুলনা কৰা।চিদিকিয়াই শপত লঙ্ঘন কৰা আৰু তাৰ ফল।যিহূদাৰ অধিপতিসকলৰ বিষয়ৰ বিলাপ।ইস্ৰায়েলৰ পূৰ্বৰ আৰু বৰ্ত্তমানৰ বিপথ-গমন, তাৰ দণ্ড, আৰু তেওঁলোকৰ ভাবী নিস্তাৰ।প্ৰতিকাৰ সাধিবলগা যিহোৱাৰ তৰোৱাল।অপৰাধী ইস্ৰায়েলৰ ঘটিব লগা দণ্ড।অহলা আৰু অহলীবা নামেৰে দুজনী মহিলাৰ দৃষ্টান্ত।কঁহে ধৰা টৌৰ দৃষ্টান্ত।ভাববাদীৰ ভাৰ্য্যাৰ মৃত্যু।অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে কোৱা ভাববাণী।মোৱাবৰ, ইদোমৰ আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে কোৱা ভাববাণী।তূৰৰ বিনাশৰ বিষয়ে কোৱা ভাববাণী।তূৰৰ বিনাশৰ কাৰণে বিলাপ।তূৰৰ শাসনকৰ্তাজনৰ পতন।চীদোনৰ বিৰুদ্ধে কোৱা ভাববাণী।মিচৰৰ পতন আৰু পুনঃস্থাপন।যিহোৱাই মিচৰক বাবিলৰ ৰজাক দিয়া আৰু তাৰ ধ্বংস অৱস্থা।ফৰৌণৰ বাহু ভগ্ন হোৱা।ফৰৌণক অচূৰৰূপ বৃহৎ এৰচ গছৰ লগত তুলনা কৰা।মিচৰ আৰু ফৰৌণৰ বিষয়ৰ বিলাপ।লোকসকলৰ পক্ষে ভাববাদী এজন নিযুক্ত প্ৰহৰীস্বৰূপ।যিহিষ্কেলে যিৰূচালেমৰ পতনৰ বাৰ্ত্তা পোৱা।ইস্ৰায়েলৰ নিৰ্দ্দয় মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয় আৰু দেশ পুনঃস্থাপন।ইদোমৰ বিষয়ে কোৱা বাক্য।ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ অৰ্থে কৰা মঙ্গল-প্ৰতিজ্ঞা।ইস্ৰায়েলক শুচি কৰা।ইস্ৰায়েল জাতিক পুনৰায় জীউৱা।অন্তিম কালত গোগে ইস্ৰায়েলক আক্ৰমণ কৰা। গোগৰ বিনাশ।নতুন মন্দিৰৰ বৰ্ণনা।নতুন মন্দিৰত যিহোৱাৰ প্ৰৱেশ। যজ্ঞ-বেদিৰ আৰু তাৰ প্ৰতিষ্ঠাৰ বিষয়।নতুন মন্দিৰত কাম কৰা লোকসকলৰ বিষয়।নতুন ইস্ৰায়েলৰ অধিপতিজনে, পুৰোহিতে আৰু লেবীয়াসকলে পাব লগা ভাগবোৰৰ বিষয়।নানা সময়ত দিব লগা নতুন ইস্ৰায়েলৰ বলিদান আৰু নৈবেদ্যৰ বিষয়।নতুন মন্দিৰৰ তলৰ পৰা ওলাই অহা নদী। নতুন ইস্ৰায়েল দেশৰ সীমা।নতুন ইস্ৰায়েল দেশ বাগ বাঁটি দিয়া।