0^ইজ্ৰাকোৰচ ৰজাৰ আজ্ঞা-পত্ৰ। ঘুৰি অহা লোকসকলৰ তালিকা।ইস্ৰায়েলী লোকসকলৰ লিখিত নথি-পত্র।যজ্ঞবেদী নিৰ্ম্মাণ কৰা। পঁজা-পৰ্ব্ব পালন কৰা। ভিত্তিমূল স্থাপন কৰা।মন্দিৰ নিৰ্ম্মাণ কাৰ্যত নানা জাতিৰ লোকে বাধা দিয়া।মন্দিৰ নিৰ্ম্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা। দেশাধ্যক্ষই পঠোৱা পত্ৰ।দাৰিয়াবচে উত্তৰ দিয়া। মন্দিৰ নিৰ্ম্মাণ কৰি সমাপ্ত কৰা। নিস্তাৰ-পৰ্ব্ব পালন কৰা।ইজ্ৰাৰ যাত্ৰা। ৰজাই তেওঁক দিয়া ক্ষমতা-পত্ৰ।ইজ্ৰাৰ লগত যোৱা লোকসকলৰ তালিকা। বাটত ঘটা ঘটনা।লোকসকলে কৰা পাপ। ইজ্ৰাৰ প্ৰাৰ্থনা।লোকসকলে পাপ-স্বীকাৰ কৰি আন্য জাতিৰ মহিলা ত্যাগ কৰা। দোষীসকলৰ তালিকা।