0^মাৰ্কে লিখা শুভবাৰ্তাযোহন বাপ্তাইজকৰ প্ৰচাৰযীচুৰ বাপ্তিস্ম আৰু পৰীক্ষাযীচুৱে প্রকাশকৈ কাৰ্য কৰিবলৈ আৰম্ভ কৰা; প্রথম চাৰি জন শিষ্যএজন জঠৰ ৰোগীক সুস্থ কৰালেবী, অৰ্থাৎ মথিক আহ্বান কৰা; আৰু লঘোনৰ বিষয়ে শিক্ষাবিশ্রামবাৰৰ বিষয়ে যীচুৰ শিক্ষাঅনেক মানুহ যীচুৰ পাছে পাছে যোৱাবাৰ জনক পাঁচনি পদ দিয়াযীচুক নিন্দা কৰা, আৰু ক্ষমা নোহোৱা পাপএজন খেতিয়কৰ দৃষ্টান্তশস্য গজি বঢ়াৰ দৃষ্টান্তসৰিয়হ গুটিৰ দৃষ্টান্তধুমুহা বতাহ শান্ত কৰাভূতে পোৱা মানুহ এজনক সুস্থ কৰাএজনী তিৰোতাক সুস্থ কৰা আৰু যায়ীৰৰ জীয়েকক জীউৱাযীচুৱে নিজ নগৰত অগ্রাহ্য হোৱাপাঁচনি সকলক পঠিওৱাযোহন বাপ্তাইজকক বধ কৰাপাঁচ হাজাৰ মানুহক খুউৱা৷পানীৰ ওপৰত খোজ কঢ়াঅশুচিতাৰ বিষয়ে শিক্ষাএজনী অনা-ইহুদী তিৰোতাৰ জীয়েকক সুস্থ কৰাকলা আৰু খোনা মানুহ এজনক সুস্থ কৰাপ্ৰায় চাৰি হাজাৰ মানুহক খাবলৈ দিয়াফৰীচী সকলৰ শিক্ষালৈ সাৱধান কৰোঁৱাএজন অন্ধক চকু দিয়াযীচু সেই অভিষিক্ত জনা; যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱাযীচুৱে অন্যৰূপ ধৰাভুতে ধৰা এটা ল’ৰাক সুস্থ কৰাযীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে দ্বিতীয় বাৰ জনোৱানম্ৰতা আৰু প্ৰেমৰ বিষয়ে শিক্ষাত্যাগ-পত্ৰৰ বিষয়ে শিক্ষাশিশু সকলক আশীৰ্বাদ কৰাধন-সম্পত্তি আৰু অনন্ত জীৱনৰ শিক্ষাযীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয় বাৰ জনোৱাযাকোব আৰু যোহনৰ নিবেদন আৰু যীচুৰ উত্তৰঅন্ধ বাৰতীময়ক চকু দিয়াযীচুৰ জয়-যাত্ৰাফলহীন ডিমৰু গছক শাও দিয়া, দ্বিতীয় বাৰ মন্দিৰ পৰিস্কাৰ কৰাকেইজনমান বিশ্ৱাসঘাতক খেতিয়কৰ দৃষ্টান্তচীজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্নপুনৰুত্থানৰ বিষয়ে প্ৰশ্নপ্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্নদায়ুদৰ সন্তানৰ বিষয়ে প্ৰশ্নঅধ্যাপক সকলৰ দোষ দেখুৱাই দিয়াদৰিদ্ৰ বাঁৰী এজনীয়ে দান দিয়াযিৰূচালেমৰ বিনাশ, যীচুৰ পুনৰাগমণৰ বিষয়ে জনোৱাযীচুক ধৰিবৰ কাৰণে কুমন্ত্ৰণা; যীচুৰ গাত সুগন্ধি তেল ঘঁহা; ঈষ্কৰিয়োতীয়া যিহূদাৰ বন্দবস্তনিস্তাৰ পৰ্বৰ ভোজ খোৱা; আৰু প্ৰভু-ভোজ স্থাপন কৰাপিতৰে যীচুক অস্বীকাৰ কৰিব বুলি জনোৱাগেৎচিমানী বাৰীত যীচুৰ আন্তৰিক যাতনাশত্ৰুৰ হাতত সমৰ্পিত হোৱামহাসভাৰ আগত যীচুৰ সোধ-বিচাৰপিতৰে যীচুক অস্বীকাৰ কৰাপীলাতৰ আগত যীচুৰ সোধ-বিচাৰ, তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞাযীচুক ক্ৰুচত দিয়াযীচুক মৈদাম দিয়াযীচুৰ পুনৰুত্থানশিষ্য সকলক দৰ্শন দিয়া, আৰু শেষ আজ্ঞা