0^নহিমিয়ানহিমিয়াৰ মনৰ দুখ আৰু প্ৰাৰ্থনা। হখলিয়াৰ পুত্ৰ নহিমিয়াৰ পুস্তক।নহিমিয়াই যিৰূচালেমলৈ যাত্ৰা কৰা আৰু তাৰ গড় চোৱা।পুনৰ গড় নিৰ্ম্মাণ কৰা।শত্রুবোৰক বাধা দিয়া আৰু তাৰ প্ৰতিকাৰ।দৰিদ্ৰ সকলক কৰা নিৰ্জাতন নিবাৰণ।শত্রুৰ চক্ৰান্তদেৱাল সাজি সমাপ্ত হোৱা। বন্দী অৱস্থাৰ পৰা অহা লোক সকলৰ তালিকা।লোক সকলক শিক্ষা দিয়া, আৰু পঁজা-পৰ্ব্ব পালন কৰা। সপ্তম মাহত ইস্ৰায়েলৰ সন্তান সকল নিজৰ নগৰত আছিল।পাপ স্বীকাৰ আৰু নিয়ম স্থাপনযিৰূচালেম নগৰ নিবাসী যিহুদী সকলৰ তালিকা।জৰুব্বাবিলৰ লগত অহাসকলৰ তালিকা। গড় প্ৰতিষ্ঠা কৰা।যিহুদী সকলৰ নানা দোষ সংশোধন।