0^দানিয়েলদানিয়েল আৰু তেওঁৰ তিনি জন বন্ধুৰ বিষয়।ৰজা নবূখদনেচৰৰ সপোন আৰু তাৰ ফলিতা।দানিয়েলৰ তিনিজন বন্ধুক অগ্নিকুণ্ডত পেলোৱা।ৰজা নবূখদনেচৰ বলীয়া হোৱা।বেলচচৰ ৰজাৰ ভোজ, আৰু বাবিল ৰাজ্যৰ পতন।সিংহৰ মুখৰ পৰা দানিয়েল ৰক্ষা পোৱাদানিয়েলে দৰ্শনত দেখা চাৰিটা জন্তুৰ বিষয়।দানিয়েলে দৰ্শনত দেখা মতা মেৰ-ছাগ আৰু মতা ছাগলীৰ বিষয়।দানিয়েলৰ প্ৰাৰ্থনা, আৰু দৰ্শনত দেখা সত্তৰ সপ্তাহৰ বিষয়।দানিয়েলে ভবিষ্যতৰ বিষয়ে দৰ্শন পোৱা, আৰু তেওঁৰ আগত কোৱা ভাববাণী।