0^2 চমূৱেলদায়ূদে চৌলৰ মৃত্যু-সম্বাদ পোৱা। তেওঁ কৰা বিলাপৰ গীত।ঈচ্বোচতক বধ কৰা আৰু তাৰ বাবে পোৱা দণ্ড৷গোটেই ইস্ৰায়েলৰ ওপৰত দায়ুদ ৰজা হোৱা৷ পলেষ্টীয়াসকলক জয় কৰা৷যিৰূচালেমলৈ নিয়ম-চন্দুক অনা৷দায়ূদৰ আগত ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু ঈশ্বৰৰ আগত তেওঁৰ প্ৰাৰ্থনা।দায়ূদে নানা জাতিক জয় কৰা৷ তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ তালিকা।মফীবোচতলৈ দায়ূদৰ দয়া জন্মা।অৰামীয়া আৰু অম্মোনীয়াসকলে সৈতে দায়ূদে যুদ্ধ কৰা।দায়ূদৰ মহা-পাপৰ বিৱৰণ।অম্নোনে কৰা ঘিণলগীয়া কাৰ্য। অবচালোমে তাক বধ কৰি পলাই যোৱা।অবচালোম যিৰূচালেমলৈ ঘূৰি অহা।অবচালোমৰ বিদ্ৰোহ। দায়ুদ পলাই যোৱা।যিৰূচালেমত অবচালোমৰ প্ৰৱেশ। অহীথোফলৰ আৰু হূচয়ৰ মন্ত্ৰণা।অবচালোমক পৰাজয় কৰা আৰু তেওঁৰ মৰণ।দায়ুদ উলটি অহা আৰু পুনৰাই তেওঁ ৰাজত্ব পোৱা।ইস্ৰায়েলৰ মাজত বিবাদ আৰু চেবাৰ বিদ্ৰোহ।তিনি বছৰ আকাল হোৱা৷ নানা বীৰত্ব কার্য৷দায়ূদৰ শেষ বাক্য। তেওঁ বীৰসকলৰ তালিকা।লোকসকলৰ গণনা কৰাৰ দোষ আৰু তাৰ দণ্ড