0^যাত্ৰাপুস্তকইস্ৰায়েলৰ সন্তান সকলৰ বৃদ্ধি।ইস্ৰায়েলৰ সন্তান সকলে উপদ্ৰৱ পোৱা।মোচিৰ জন্ম; আৰু তেওঁ ডাঙৰ দীঘল হোৱা।ঈশ্বৰে মোচিক আমন্ত্ৰণ কৰা।মোচি মিচৰ দেশলৈ উভটি যোৱা।মোচি আৰু হাৰোণ ফৰৌণৰ সাক্ষাৎ হোৱা। তেওঁলোকৰ বংশাৱলি।অদ্ভুত চিন দেখুউৱা। প্ৰথম মহামাৰি।দ্বিতীয়, আৰু চতুৰ্থ মহামাৰি। তৃতীয়,পঞ্চম, ষষ্ঠ, আৰু সপ্তম উৎপাত।অষ্টম, নৱম মহামাৰি।জ্যোষ্ঠ পুত্র বিলাক মৃত্যু হোৱা। নিস্তাৰ-পৰ্ব্ব স্থাপন, আৰু মানিবলগীয়া বিধি।মিচৰৰ পৰা ইস্ৰায়েল লোকৰ প্ৰস্থান। নানা বিধি।ইস্ৰায়েলৰ সন্তান সকলে চূফ সাগৰ পাৰ হৈ যোৱা। ফৰৌণৰ সৈন্যেসমূহৰ বিনাশ।চূফ সাগৰৰ দাঁতিত গোৱা মোচিৰ গীত।চূফ সাগৰৰ তীৰৰ পৰা ইস্ৰায়েলৰ যাত্ৰা। বটা চৰাই আৰু মান্না দিয়া।লোকসকলক পানী দিয়া আমালেকৰ সৈতে যুদ্ধ।মোচিক দিয়া যিথ্ৰোৰ পৰামৰ্শ।ঈশ্বৰে ব্যৱস্থাৰ অৰ্থে লোকসকলক যুগুত কৰোঁৱা।ঈশ্বৰে দিয়া দহ আজ্ঞা।ইস্ৰায়েলৰ লোকসকলে পালন কৰিব লগীয়া নানা বিধি।ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু নিয়ম স্থাপন।উপহাৰ, নিয়ম-চন্দুক, মেজ, আৰু দীপাধাৰৰ বিষয়ে আদেশ।ঈশ্বৰৰ আবাসৰ বিষয়ে আদেশ।যজ্ঞবেদী আৰু চোতালৰ বিষয়ে আদেশ।পুৰোহিত সকলে পিন্ধা বস্ত্ৰৰ বিষয়ে আদেশ।পুৰোহিত সকলক কামত নিযুক্ত কৰাৰ বিষয়ে আদেশ।ধূপ-বেদি, প্ৰায়শ্চিত্তৰ ধন, প্ৰক্ষালন-পাত্ৰ, অভিষেক তেল, আৰু ধূপৰ বিষয়ে আদেশ।ধৰ্মধাম নিৰ্মাণ কৰাসকলৰ বিষয়, বিশ্ৰাম-দিনৰ বিষয়ে আদেশ।ইস্ৰায়েলী লোকসকলৰ বিপথ-গমন, আৰু তাৰ দণ্ড।ইস্ৰায়েলী লোকসকলৰ বাবে মোচিৰ প্ৰাৰ্থনা।পুনৰ নিয়ম স্থাপন কৰা।লোকসকলে উপহাৰ দিয়া। ধৰ্মধাম নিৰ্মাণ কৰাসকলৰ বিষয়।ঈশ্বৰৰ আবাস নিৰ্মাণ কৰা।নিয়ম-চন্দুক, মেজ, দীপাধাৰ, আৰু ধূপ-বেদি নিৰ্মান কৰা।যজ্ঞবেদী, প্ৰক্ষালন-পাত্ৰ নিৰ্মান আৰু চোতাল যুগুত কৰা। ধৰ্মধামত খৰচ কৰা ধাতুৰ জোখ।পুৰোহিতসকলে পিন্ধিব লগা বস্ত্ৰ যুগুত কৰা।ধৰ্মধাম স্থাপন কৰা।