0^যিচয়াযিহোৱাই তেওঁৰ লোকসকলৰ মন পালটাবলৈ কোৱা।চিয়োনৰ গৌৰৱ। আহিব লগা যিহোৱাৰ ক্ৰোধৰ দিন।ইস্ৰায়েলৰ শেষ শুভগতি।দ্ৰাক্ষাবাৰীৰ দৃষ্টান্ত।কাৰ্যত নিযুক্ত হোৱা যিচয়াৰ দৰ্শন।যিচয়াই আহজৰ লগত সাক্ষাৎ হোৱা, আৰু তাৰ ফল।যিচয়াই এটি চিন দেখুউৱা। অচূৰীয়াসকলৰ আক্ৰমণ। আহিব লগা আভিষিক্ত জন।আহিব লগা অভিষিক্ত জনা, আৰু তেওঁৰ ৰাজ্য। ইস্ৰায়েলৰ পুনৰাগমন।বাবিলৰ বিষয়ে কোৱা ভাববাণী।মোৱাবৰ বিষয়ে কোৱা ভাববাণী।দম্মেচক আৰু ইফ্ৰয়িমৰ বিৰুদ্ধে কোৱা ভাববাণী।মিচৰৰ বিষয়ে ভাববাণী; আৰু ঈশ্বৰৰ ঘোষণা।মিচৰ আৰু কুচৰ পৰাজয় কৰাৰ বিষয়।বাবিল, ইদোম, আৰু আৰবৰ বিষয়ে কোৱা ভাববাণী। সাগৰৰ তীৰৰ মৰুভূমি বিষয়ে ঘোষণা।যিৰূচালেমৰ ক্ষমা কৰিব নোৱাৰা পাপ।তূৰৰ বিষয়ে ঘোষণা।ঈশ্বৰৰ মহাবিচাৰৰ দিনঈশ্বৰীয় পৰিত্ৰাণৰ বিষয়ে ভাববাণী।পৰিত্ৰাণৰ অৰ্থে কৰা প্ৰাৰ্থনা।যিৰূচালেমৰ অধ্যক্ষসকলৰ বিৰুদ্ধে কোৱা বাক্য।যিৰূচালেমৰ বিষয়ে যিহোৱাই সিদ্ধ কৰিব লগীয়া উদ্দেশ্য।মিচৰত নিৰ্ভয় কৰা ফল। ইস্ৰায়েলৰ ভাবী উন্নতি। অচূৰৰ বিনাশ।মিচৰৰ সহায় বৃথা। যিহোৱাই ৰক্ষা কৰা।অভিষিক্ত জনাৰ ৰাজ্য বৰ্ণনা।যিৰূচালেমৰ বৰ্ত্তমান দুৰৱস্থা, আৰু তাৰ ভাবি গৌৰৱ।ইদোমৰ ওপৰত সাধন কৰিব লগীয়া প্ৰতিকাৰ।ইস্ৰায়েলৰ পুনঃস্থাপন।অচূৰীয়াসকলৰ পৰা ইস্ৰায়েলে ৰক্ষা পোৱা।হিষ্কিয়া সুস্থ হোৱা।বাবিলৰ পৰা হিষ্কিয়াৰ ওচৰলৈ দূত অহা।যিহোৱাৰ পৰিত্ৰাণৰ প্ৰতিজ্ঞা।কোৰচৰ বিষয়ে কোৱা ভাববাণী।যিহোৱাৰ দাস। যিহোৱাৰ মুক্তিৰ কাৰ্য। ইস্ৰায়েলৰ বৰ্ত্তমান দুৰৱস্থা।যিহোৱাই ইস্ৰায়েলক দিয়া সান্তনা দায়ক প্ৰতিজ্ঞা।বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন।বাবিলৰ পৰা ইস্ৰায়েলৰ নিস্তাৰ।যিহোৱাৰ দাস আৰু তেওঁ কৃতকাৰ্য্য হোৱা বিষয়।পৰিত্ৰাণৰ উদয়। চিয়োনৰ দুৰৱস্থাৰ পৰিবৰ্ত্তন।যিৰূচালেমৰ ভাবী মঙ্গল।পৰিত্ৰাণ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ।পৰাজিত আৰু নপুংসকলৈ কৰা প্ৰতিজ্ঞা।লঘোন আৰু বিশ্ৰামবাৰ পালনৰ বিষয়।ইস্ৰায়েলৰ পাপ আৰু তেওঁলোকৰ পৰিত্ৰাণ।নতুন যিৰূচালেমৰ গৌৰৱ।চিয়োনৰ পৰিত্ৰাণৰ আৰু মঙ্গলৰ প্ৰচাৰ।ইদোমৰ প্ৰতিকাৰৰ দিন। লোকসকলৰ প্ৰাৰ্থনা।অপথে যোৱা লোকক যিহোৱাই ধমকি দিয়া; আৰু তেওঁৰ লোকসকলক মঙ্গলৰ প্ৰতিজ্ঞা কৰা।ইস্ৰায়েলৰ সুখ, আৰু শত্ৰুবোৰৰ বিনাশ।