0^লেবীয়া পুস্তকহোম বলিৰ নিয়মভক্ষ্য নৈবেদ্যৰ নিয়মমঙ্গলাৰ্থক বলিৰ নিয়ম।পাপাৰ্থক আৰু দোষাৰ্থক বলিৰ নিয়ম।বলি আৰু নৈবেদ্য আদি বিষয়ে পুৰোহিতসকলে পালন কৰিবলগীয়া বিধি।হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কাৰ্যত নিযুক্ত কৰা।শুচি অশুচি জন্তুৰ বিষয়প্ৰসৱকাৰীনী শুচি হোৱাৰ নিয়ম।কুষ্ঠ ৰোগৰ বিষয়নানা অশৌচৰ পৰা শুচি হোৱাৰ নিয়ম।মহা-প্ৰায়শ্চিত্ত দিনৰ কাৰ্য।বলিদান আৰু তেজৰ বিধিবিবাহ আদিৰ বিষয়ে বিধিনানা বিষয়ৰ নানা আদেশ।নানা দোষ, নানা দণ্ডপুৰোহিতসকলৰ বিষয়ে নানা বিধি।উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ বিষয়ে নানা বিধি।পৰ্ব্ব আৰু প্ৰায়চিত্ত-দিনৰ বিষয়।প্ৰদীপ দৰ্শন-পিঠা, ঈশ্বৰৰ নাম নিন্দা কৰা বিষয়ৰ বিধি।বিশ্ৰাম-বছৰ আৰু যোৱেল বছৰৰ বিষয়।ঈশ্বৰীয় প্ৰতিজ্ঞা আৰু শাওসঙ্কল্প কৰা বস্তু আদিৰ বিষয়ৰ বিধি।